ভাৰত উপমহাদেশভাৰত মহাসাগৰ

ভাৰত নাট্যম (Assamese) [ Roman: bha.rot na.tyom]
Contributed by: Partha P Sarmah on 2010-05-31
1. (Proper Noun-Neuter) a classical dance form of India originated in Tamilnadu. It is the combination of BHA-Bhava(expression), Bh-Bhav RA-Raga and TA-Tal (rhythm). ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ এক মূল বিভাগ৷ ভাৰত নাট্যম(ভা= ভাৱ, ৰ=ৰাগ আৰু ত=তাল) নৃত্য আৰু নাটকৰ অপূৰ্ব সংমিশ্ৰন৷